First posted on http://www.fleetingmuse.wordpress.com on February 26,2018
Celestial nymph
Seduces to deceive
Rain clouds dance
Beguiling, dark
Poems, poets, poetry, writing, poetry challenges
First posted on http://www.fleetingmuse.wordpress.com on February 26,2018
Celestial nymph
Seduces to deceive
Rain clouds dance
Beguiling, dark
I had written this poem ( Ghazal ) a few weeks back in my mother tongue, Assamese, regarding the unrest going on in many parts of the world. I gave a finishing touch yesterday and translated it to English. This is not a literal translation. It is difficult to do a word by word translation and retain the ghazal format. I am including both Assamese ( first) and the English version here.
Previously posted at my blog http://www.fleetingmuse.com on 8-22-2017.
*********
অশান্তি কিয়
সকলোতে আজি শুনো হাঁহাকাৰ, পৃথিৱীত ইমান অশান্তি কিয়
প্ৰাচুৰ্য্যৰ মাজত শুনো আৰ্তনাদ, ৰাইজৰ মনত অশান্তি কিয়
বিজ্ঞানৰ আজি জয় জয়াকাৰ, পৰাক্ৰমীৰ শুনো উন্মাদ হুঙ্কাৰ
নৈতিকতাৰ পতন দেখি নিতেনিত, ৰাইজৰ নহব অশান্তি কিয়
চাৰিওদিশে দেখোঁ বাজে ৰণডংকা, জনতাৰ মনত কিহৰ আশঙ্কা
অজান আতংকবাদীৰ মোক্ষম আঘাট, বুজিছানে আজি অশান্তি কিয়
অন্তৰত জ্বলে দুঃখৰ অনল, চৌদিশে দেখোঁ জ্বলে দাবানল
সৰ্বহাৰাৰ বিচাৰ নহল উচিত, নহলেনো আজি অশান্তি কিয়
বৃথা প্ৰলোভনত মতলীয়া ৰাইজ, বৈষম্যৰ জয়ধ্বনিত সদা ব্যস্ত
ধৰ্মান্ধতাৰ উন্মাদনাত বিবেক নষ্ট, পৃথিৱীত নহব অশান্তি কিয়
Peace Has Vanished